এমুঠি ভালপোৱাৰ বসন্ত- (বিনীশা দেৱী)
বাৰম্বাৰ কৰা অনুৰোধৰ অন্তত শেষ অনুৰোধ ৰক্ষা কৰিবৰ বাবেই এদিন গধূলি মই তেওঁৰ ঘৰলৈ গৈছিলোঁ৷ সৰু মৰম লগা এটা ঘৰ৷ […]
বাৰম্বাৰ কৰা অনুৰোধৰ অন্তত শেষ অনুৰোধ ৰক্ষা কৰিবৰ বাবেই এদিন গধূলি মই তেওঁৰ ঘৰলৈ গৈছিলোঁ৷ সৰু মৰম লগা এটা ঘৰ৷ […]
: হেৰা… : বোলো শুনিছানে? এবাৰ দুবাৰ নহয় কেইবাবাৰো মাতিও পৰিবাৰৰ মাত নাপাই দিবাকৰ বৰুৱা ভিতৰ পালেগৈ৷ শোৱনি কোঠা, আলহী
বেলিয়ে ইতিমধ্য পাতত বহাৰ যো-জা চলাইছে৷ পশ্চিম প্ৰান্তৰ সিটো পাৰে অবুৰ্দ হেঙুলীয়াৰ সমাহাৰ৷ সেই হেঙুল বৰণীয়া আকাশেৰেই উৰি গৈছে নীড়মুখী
অফিচৰ দুৱাৰে দুৱাৰে ঘূৰি ঘূৰি শেৱালিয়ে যেতিয়া ঘৰ সোমাই বৃদ্ধ মাক দেউতাকৰ কৰুণ মুখখন দেখা পায় তাইৰ বৰ দুখ লাগে৷
এই যে বেয়া মানুহবোৰ কেনেকৈ কেতিয়া বেয়া হৈ যায় বাৰু৷ নে জন্মতে বেয়া হৈয়ে আহে৷ মানুহজনীৰ ঘৰলৈ নাযাবি, পুতেকৰ লগত
যুতিকা বৰুৱাৰ স্বামীয়ে আত্মহত্যা কৰিলে৷ বৰ বৰ আখৰেৰে পাছদিনাই খবৰটো দৈনিক বাতৰি কাকতবোৰত প্ৰকাশ পালে৷ দূৰদৰ্শনৰ পৰ্দাতো উক্ত খবৰে চাঞ্চল্যৰ
সাফল্য মনিকা শৰ্মা অভাৱ নামৰ শব্দটোৱে প্ৰতিটো ক্ষেত্ৰতে লগ নেৰা মেঘালী বৰুৱাই আজি আকৌ এটা নতুন গল্পৰ প্লট বিচাৰি পালে৷
হিমাংশু শৰ্মা এখন মধ্যবিত্ত ঘৰৰ একমাত্ৰ জীয়ৰী অনন্যা৷ অনন্যা এগৰাকী অতিকৈ সহজ-সৰল ছোৱালী৷ অসমীয়া বিভাগত এম এ কৰা অনন্যাই কবিতা,
চাকি নিৰ্মালি নয়নতৰা ৰাতিলৈ নগৰখন অকণমান কেঁচুৱা এটিৰ দৰে শুই পৰে৷ দিনত সেই একেখন নগৰেই যেন চপল কিশোৰ এটি হৈ
ক’নাটপ্লেচৰ পোহৰ আৰু শব্দৰ মাজত ছয়াময়া এটা ক’ৰিডৰততেওঁৰ সৈতে হঠাৎ দেখা৷ মোৰ কান্ধলৈ পৰা চুলিত চেঁচা বতাহ এজাকে হাত বুলাই