Cinema

অসমীয়া শ্ৰে ছবিৰ ৰজতকমল বঁটা চন্দ্ৰ মুদৈৰ ৰণুৱালৈ (নিমানন্দ দাস)

৯০ ৰ দশকত ‘অগ্নিগড়’ ছবিখনেৰে অসমীয়া চলচিত্ৰ জগতত পৰিচালকৰূপে আত্মপ্ৰকাশ কৰা বিশিষ্ট পৰিচালক চন্দ্ৰ মুদৈয়ে পৰিকল্পনা কৰা। শেহতীয়া বাস্তৱধৰ্মী নতুন ছবি ‘ৰণুৱা’ই ৬৭ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰতিযোগিতাত অসমীয়া শ্ৰেষ্ঠ ছবিত ৰজতকমল বঁটা লাভ কৰি অসমীয়া ছবিজগতলৈ গৌৰৱ কঢ়িয়াই আনিছে। গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ পটভূমিত এগৰাকী ৰিক্সা চালক আৰু তেওঁৰ পৰিয়ালৰ জীৱন-জীৱিকাৰ সংগ্ৰাম আৰু আশা-আকাংক্ষা কাহিনী […]

অসমীয়া শ্ৰে ছবিৰ ৰজতকমল বঁটা চন্দ্ৰ মুদৈৰ ৰণুৱালৈ (নিমানন্দ দাস)