

ফিৰিঙতিৰ পৰা খান্দৱদাহ হয় বুলি অসমীয়াত কথা এষাৰ আছে৷ কথাষাৰৰ সত্যতাও আছে৷ এটা গল্প প্ৰকাশ হৈছিল এখন হিন্দী আলোচনীত৷ গল্গটোত চকু পৰিল এনে এজন ব্যক্তিৰ, যিজনৰ চকু দুটাই সৃষ্টিৰ সম্ভাৰ বিচাৰি পিটপিটাই ফুৰে৷ সেইজনা সৃষ্টিশীল ব্যক্তি আন কোনো নহয় আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু মৰমৰ অসমৰ সুসন্তান আব্দুল মজিদ ডাঙৰীয়া৷১৯৭৪ চনৰ কোনো এটা দিনত বিশিষ্ট অভিনেতা […]

