
স্মৰণীয় চলচ্চিত্ৰ ‘দি বাৰ্থ অৱ এ নেছন’ (১৯১৫) – ড॰ ছালিম আলি আহমেদ
যোৱা সংখ্যাৰ পিছৰ পৰা…এচামে আফ্ৰিকীয়সকলৰ মুক্তিক সমৰ্থন কৰাৰ বিপৰীতে আনচামে তাৰ বিৰোধিতা কৰিছিল৷ চলচ্চিত্ৰখনত বৰ্ণনা কৰা অনুসৰি এই গৃহযুদ্ধই কৰ্ণেল বেন কেমেৰুণ আৰু কংগ্ৰেছমেন আষ্টিন ষ্টনমেনৰ মাজৰ দীৰ্ঘ পাৰিবাৰিক বন্ধুত্বৰ অৱসান ঘটাইছে৷ কৰ্ণেল কেমেৰুণে আফ্ৰিকীয়সকলৰ মুক্তিক বিৰোধিতা কৰিছিল আৰু ষ্টনমেনে তেওঁলোকৰ সমৰ্থনত থিয় দিছিল৷ গৃহযুদ্ধৰ সময়ত তেওঁলোকৰ দুয়োটা পৰিয়ালেই ব্যাপক ক্ষয়ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয়৷ আনহাতে […]
