Cinema

বিশ্বজিত বৰাৰ ‘‘বেলকনিত ভগৱান’’(ৰঞ্জন শৰ্মা)

এফালে বিশ্ব আতংক কৰ’ণাৰ মহামাৰীৰ ভয়াবহতা আৰু আনফালে ৰঙালীৰ উখল-মাখল বতৰতে অসম বাসীলৈ সুখৰ বাৰ্তা কঢ়িয়াই আনিলে মুম্বাইত প্ৰতিষ্ঠিত অসম সন্তান, বিশিষ্ট চলচ্ছিত্ৰ পৰিচালক অসম সন্তান বিশ্বজিত বৰাৰ ‘বেলকনিত ভগৱান’ [God on the Belcony]য়ে৷ ইতিমধ্যে মুক্তিৰ পূৰ্বেই প্ৰায় কুৰিখনতকৈয়ো অধিক চলচ্ছিত্ৰ মহোৎসৱত ছবিখনে আমন্ত্ৰণ লাভ কৰিছে আৰু এতিয়ালৈকে কেইবাখনো চলচ্ছিত্ৰ মহোৎসৱত ছবিখন প্ৰদৰ্শিত হৈ শ্ৰেষ্ঠত্ব […]

বিশ্বজিত বৰাৰ ‘‘বেলকনিত ভগৱান’’(ৰঞ্জন শৰ্মা)
FacebookFacebookfb-share-iconYouTubeInstagram