Cinema

মুক্তি পালে ‘‘হেকাৰ’’ (অৰূপ কাকতি)

মুক্তি পালে ‘‘আৰ. জি’’ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত বহু অপেক্ষিত ৱেব-চিৰিজ ‘‘হেকাৰ’’ৰ ট্ৰেইলাৰ৷ ট্ৰেইলাৰটি উপভোগ কৰিলেই আপোনাসৱে গম পাব যে, চিৰিজখনি কিমান অগতানুগতিক হ’ব পাৰে৷ ইয়াৰ পূৰ্বেও আমি ৱেব-চিৰিজখনিৰ সন্দৰ্ভত বহুতো কথা পাতিছো৷ শেহতীয়াকৈ ট্ৰেইলাৰটি মুক্তি লাভ কৰাৰ পাছৰে পৰা চিৰিজখনিক লৈ অধিক উৎসাহী হৈ পৰিছে প্ৰতিজন মনোৰঞ্জণ প্ৰেমী দৰ্শক৷ অৱশ্যে, ‘হেকাৰ’ৰ পৰিচালনা, চিত্ৰনাট্য আৰু সম্পাদনাৰ […]

মুক্তি পালে ‘‘হেকাৰ’’ (অৰূপ কাকতি)
FacebookFacebookfb-share-iconYouTubeInstagram