

অসমৰ অভিনয় ক্ষেত্ৰত এজন সম্ভাৱণাপূৰ্ণ তথা চিনাকি মুখ হৈছে নয়নজ্যোতি৷ কাৰ্বি আংলং জিলাৰ বোকাজানত জন্ম লাভ কৰা নয়নজ্যোতি পিতৃ যোগেন গগৈ আৰু মাতৃ সোণমাই গগৈৰ সুযোগ্য পুত্ৰ৷বৰ্তমান গোলাঘাটৰ স্থায়ী বাসিন্দা নয়নজ্যোতিয়ে বোকাজান হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে৷ গোলাঘাট ডি. আ১. কলেজৰ পৰা কলেজীয়া শিক্ষাৰ পিছত NIFTথ্ব ১ পৰা ফিল্ম সম্পৰ্কীয় প্ৰশিক্ষণ লয়৷ৰাজেশ […]

