Cultural

অসমীয়া জাতি গঠনত বিহুৰ ভূমিকা (অৰূপজ্যোতি হাজৰিকা )

অৱতৰণিকা ঃ ‘‘ লুইতৰ বালিতে কঁহুৱা ফুলিছে ফুলিছে শিমলু ফুল ব’হাগী আয়ে সকলোকে আদৰে নাই কোনো জাতি কুল৷’’ অসম বিভিন্ন জাতি-জনগোষ্ঠীৰে ভৰপূৰ এখন ৰাজ্য৷ এই লোকসকল হ’ল বড়ো, ৰাভা, কছাৰী, চুতীয়া, মৰাণ, মটক, কোঁচ, মেচ, ডিমাচা, মিচিং, দেউৰী, সোণোৱাল-কছাৰী, তিৱা, কাৰ্বি, কুকি আদি জাতি-জনজাতি সম্প্ৰদায়ৰ লোক৷ এইসকল লোকক লৈয়েই বৰ অসম গঠন হৈছে, এই গঠন […]

অসমীয়া জাতি গঠনত বিহুৰ ভূমিকা (অৰূপজ্যোতি হাজৰিকা )