Cultural

কণ্ঠই যাৰ প্ৰথম পৰিচয় (নৱনীতা শৰ্মা)

এই ক্ষুদ্ৰ লিখাটোত মই এনে এজন সফল ব্যক্তিৰ কখা ক’ব বিচাৰিছোঁ যাৰ আছে অনন্য ব্যক্তিত্ব, অসাধাৰণ প্ৰতিভা৷ যাৰ আছে গুৰু গম্ভীৰ কণ্ঠস্বৰ, সন্মোহন আৰু এক ব্যঞ্জনা৷ যাৰ কণ্ঠই স্ৰোতা-দৰ্শকৰ হৃদয়ত সৃষ্টি কৰে এক অনন্য অনুভূতিৰ অনুৰনন৷ যাৰ আঙুলিৰ পৰশত গীটাৰত সৃষ্টি হয় সুৰৰ ঝংকাৰ৷ একেৰাহে গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, অভিনেতা, বাদ্যযন্ত্ৰ শিল্পী, কবি, আবৃত্তিকাৰ তথা এসময়ৰ […]

কণ্ঠই যাৰ প্ৰথম পৰিচয়  (নৱনীতা শৰ্মা)
FacebookFacebookfb-share-iconYouTubeInstagram