

ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন তবলা বাদক নবজ্যোতি দুৱৰাই ১৯৭৪ চনত গোলাঘাটৰ মাণিক বৰা, হিমেন দাস আৰু প্ৰয়াত নগেন চাংমাইৰ তত্ত্বাৱধানত সাতবছৰ বয়সতে তবলা বাদনৰ প্ৰাথমিক প্ৰশিক্ষণ গ্ৰহণ কৰে৷ পৰৱৰ্তীকালত তেওঁ ১৯৭৯ চনত দিল্লী ঘৰাণাৰ ওস্তাদ আচ্ফাক হুছেইন, ১৯৮৮-৯০ চনত লক্ষ্ণৌ ঘৰানাৰ ওস্তাদ মুন্নী খান আৰু চূড়ান্ত পৰ্যায়ৰ প্ৰশিক্ষণ গ্ৰহণ কৰে ১৯৯১-৯৩ চনত ফাৰাক্কাবাদ ঘৰানাৰ পণ্ডিত শংকৰ ঘোষ […]

