অণুগল্প—-আধুনিক (নীলিমা শৰ্মা)
ভাবিছো, ভাবি একো সিদ্ধান্তলৈ আহিব পৰা নাই৷ মাথোন আচৰিত হৈছো৷ লোকে কোৱা কথা নহয় নিজ কাণে শুনা কথাহে৷একমাত্ৰ ল’ৰালৈ চাই-চিতি ছোৱালী এজনী বিয়া কৰাই আনিলে৷ শিক্ষিতা ছোৱালী৷ ল’ৰা ৯ বজাতে কামলৈ ওলাই যাব লাগে৷ মাকে বোৱাৰী আহি সোমোৱাৰ দিনাৰে পৰা চিন্তা কৰিলে, হওক তেওঁ হাতৰ কাম আজুৰি লৈ কিছু সকাহ দিব৷কিন্তু ল’ৰা ৯ বজাত যায় […]