

‘‘আজি গৰম বন্ধগোলাপ ফুলৰ গন্ধমুক্ত মনে খেলিম আমিকি যে আনন্দ/বাৰীৰ আম, কঁঠাল, মধুৰীপেট ভৰাই খামমাৰ লগত আমিফুৰিবলৈ যাম৷৷’’সঁচাই, গৰম বন্ধৰ মাদকতাই সুকীয়া৷ গৰম বন্ধ বুলি কোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলৰ মনত নতুন উল্লাস৷ কিমান যে স্ফুৰ্তি, কিমান যে কল্পনা সিহঁতৰ মনত৷ তেওঁলোক সোমাই পৰে এখন সপোনৰ ৰাজ্যত৷ ছমহীয়া পৰীক্ষাৰ অন্তত জুনৰ শেষ দিনটোত গৰম বন্ধ ঘোষণা […]

