
.

. অৱতৰণিকা ঃ ‘‘ লুইতৰ বালিতে কঁহুৱা ফুলিছেফুলিছে শিমলু ফুলব’হাগী আয়ে সকলোকে আদৰেনাই কোনো জাতি কুল৷’’অসম বিভিন্ন জাতি-জনগোষ্ঠীৰে ভৰপূৰ এখন ৰাজ্য৷ এই লোকসকল হ’ল বড়ো, ৰাভা, কছাৰী, চুতীয়া, মৰাণ, মটক, কোঁচ, মেচ, ডিমাচা, মিচিং, দেউৰী, সোণোৱাল-কছাৰী, তিৱা, কাৰ্বি, কুকি আদি জাতি-জনজাতি সম্প্ৰদায়ৰ লোক৷ এইসকল লোকক লৈয়েই বৰ অসম গঠন হৈছে, এই গঠন প্ৰক্ৰিয়াৰ লগত জড়িত […]

.
