Current Topic

অৱহেলিত ৰামখাপীঠ (ৰাজলক্ষ্মী ভূঞা)

ঐতিহাসিক শিৱসাগৰ জিলাৰ দিখৌমুখ দেওঘৰীয়া অঞ্চলত অৱস্থিত এইপীঠ স্থান ৰামখাপীঠ৷ পৌৰাণিক তত্ত্ব অনুযায়ী দক্ষৰাজৰ জীয়েক সতীয়ে পিতৃগৃহত আয়োজিত যজ্ঞত নিজৰ পতি মহাদেৱ শিৱৰ তিৰস্কাৰ শুনি সহ্য কৰিব নোৱাৰি যজ্ঞকুণ্ডতে আত্মবিসৰ্জন দিয়ে৷মহাদেৱে সতীৰ মৃতশৰীৰ কান্ধত লৈ পাহাৰে-কন্দৰে বগাই ফুৰিবলৈ ধৰে৷ এইকথাত সকলো দেৱ-দেৱতা চিন্তিত হৈ পৰে৷ আৰু শিৱৰ সেই ক্ৰোধান্বিত ৰূপ দেখি জগতৰ হিত সাধনৰ হেতু […]

অৱহেলিত ৰামখাপীঠ (ৰাজলক্ষ্মী ভূঞা)
FacebookFacebookfb-share-iconYouTubeInstagram