


শীতৰ এটি সেমেকা সন্ধিয়াত আমি দুয়ো স্বামী-স্ত্ৰী ওলাই গৈছিলো বিদেশৰ মাটিত স্বদেশৰ চিনেমাৰ সোৱাদ ল’বলৈ৷ চিনেমাখনলৈ বৰ হৈ চৈ লাগি আছিল সেইবাবে ভাবিলো শনিবাৰ যিহেতু বন্ধ বাৰ গতিকে ৰেৱত ২.০ চিনেমাখনকে উপভোগ কৰি আহো৷আমেৰিকাত প্ৰথম অভিজ্ঞতা ছবিগৃহত গৈ চিনেমা চোৱা৷ যোৱা পাঁচটা মাহত মোক কেইবাবাৰো লগ ধৰিছিল যদিও মইহে মন কৰা নাছিলোঁ৷ মই আচলতে ছবিগৃহত […]


