এমুঠি শব্দ তুলি ভালপোৱাকৈ (ৰূপজ্যোতি হাজৰিকা)
… বিনন্দীয়া প্ৰকৃতিৰ মধুৰ লগনত সাৰ পাই উঠিল হেঁপাহৰ শৰৎ৷ দুবৰি দলিচাত প্ৰস্ফূটিত শেৱালিৰ আমোলমোল গোন্ধই স্নিগ্ধ কোমল পুৱাটিৰ প্ৰাণ সঞ্চাৰ কৰি ৰাখিছে প্ৰতিটো ক্ষণ, হেঁপাহৰ নিয়ৰবোৰে শেৱালি তুলিছে৷ শাৰদী শৰতত তোমালৈ বুলি পঠিয়াই দিছো ভালপোৱাৰ এমুঠি শব্দ, এনেদৰেই ৰৈ যাওঁক সময়৷ ৰৈ ৰৈ বাজক এটি বীণ, কপি কপি জ্বলি থাকক মাথো এটি দ্বীপশিখা৷ তাৰেই […]