

১৯৪৫ চনৰ ১৮ আগষ্ট তাৰিখে আজাদ হিন্দ ফৌজৰ সৰ্বাধিনায়ক সুভাষ চন্দ্ৰ বসু এক বিমান দুৰ্ঘটনাত পতিত হোৱাৰ ফলত তেওঁৰ ঘটনাস্থলীতে মৃত্যু হৈছিল৷ ৰেডিঅ’ টকিঅ’যোগে ১৯৪৫ চনৰে ২২ আগষ্ট তাৰিখে এই খবৰটো প্ৰথম প্ৰচাৰিত হৈছিল৷ খবৰটো সম্প্ৰচাৰ হোৱাৰ লগে লগে স্বভাৱগতভাৱে ভাৰত, পশ্চিম বংগকে ধৰি সমগ্ৰ বিশ্বব্যাপি শোকৰ ছাঁ বিৰাজ কৰিছিল৷ সমান্তৰালভাৱে কেউদিশে এই মৃত্যুক লৈ […]

