

অসমীয়া সমাজ, সংস্কৃতি আৰু সভ্যতাৰ উত্তৰণৰ বাবে যিসকল বিশিষ্ট ব্যক্তিয়ে নিৰলস আৰু নিৰবিচ্ছিন্নভাৱে সেৱা আগবঢ়ালে, সেইসকলৰ ভিতৰত অন্যতম জ্যোতিপ্ৰসাদ আগৰৱালা৷ যি সময়ত অসমীয়া জাতীয় জীৱনক এক ধূসৰিত আন্ধাৰে আৱৰি ধৰিছিল, সেই সময়তে এইগৰাকী বৰেণ্য ব্যক্তিৰ আবিৰ্ভাৱ হৈছিল৷ ‘‘জ্যোতিপ্ৰসাদৰ দৰে সৌন্দৰ্য আৰু কলাৰ সুকীয়া ধ্যান-ধাৰণাৰে পুষ্ট চিন্তাশীল ব্যক্তি অসমৰ শিল্পচিন্তাৰ নিস্তেজ পৰিমণ্ডলত সঁচাকৈয়ে অনান্য৷’’ (পুষ্ঠা ঃ […]

