

(টোকা ঃ মাওবাদী দৰ্শনৰ লগতে অন্য তেনে দাৰ্শনিক চেতনাক Unlawful Activities (Prevention) Act ১৯৬৭ দ্বাৰা বে-আইনী সন্ত্ৰাস বা বিচ্ছিন্নতাবাদ বুলি বিবেচনা কৰাৰ নিৰ্দিষ্ট বিষয়ৰ বাদে এই আলোচনাত ‘কল্যাণ মূলক দিশহে’ প্ৰাসংগিক৷ বিভ্ৰান্তি-বিতৰ্ক এৰাই চলা হৈছে বা বিতৰ্ক কাম্য নহয়৷ সংকীৰ্ণতা এৰাই চলা হৈছে৷) এটা নিৰ্দিষ্ট দৰ্শন চিন্তাধাৰাৰ ওপৰত নিৰ্ভৰ কৰি এখন ৰাজ্য-দেশৰ সামাজিক-ৰাজনৈতিক অৰ্থনৈতিক আৰু […]

