
চিকিৎসা গাফিলতি আৰু আইন (মুখলিছা ফাৰহানা ৰহমান)
ৰোগীসকলৰ বাবে চিকিৎসকসকল ভগবানৰ দূতস্বৰূপ৷ ৰোগী তথা ৰোগীৰ অভিভাৱকসকলে চিকিৎকসকলৰ ওপৰতে সম্পূৰ্ণ নিৰ্ভৰশীল হয় আৰু তেনেদৰে আৰোগ্য লাভৰ কামনা কৰে৷ কিন্তু কেতিয়াবা কেতিয়াবা চিকিৎসকসকলৰ অমনোযোগিতা তথা গাফিলতিৰ বাবেও বহু সংখ্যক ৰোগীয়ে দুৰ্ভোগ যাতনা ভুগিবলগীয়া হয়৷ কিছুসংখ্যক ৰোগীয়ে ভুল চিকিৎসাৰ বাবে আজীৱন কষ্ট ভোগ কৰিবলগীয়া হয়৷ বৰ্তমান সময়ত কিছুসংখ্যক অসাধু চিকিৎসা কৰ্মীয়ে এই বৃত্তিক ধন ঘটাৰ […]
