


জনজাতীয় আত্মনিয়ন্ত্ৰণ (Tribal autonomy and selfdetermination) বিষয়টি আইন আৰু সাংবিধানিকভাৱে নতুন যেন লাগিলেও প্ৰকৃতাৰ্থত জনজাতীয় সমাজ সদায় স্বতন্ত্ৰ আত্মনিয়ন্ত্ৰিত আৰু স্ব-নিৰ্ভৰশীল জাতি আছিল৷ পিছত সেইসকলৰ স্ব-শাসন আত্মনিয়ন্ত্ৰণ আৰু স্থানমান বা আনুষ্ঠানিক ৰূপত তিনিটা দিশত প্ৰতিষ্ঠা কৰিলে –(ক) জনজাতীয় আত্মনিয়ন্ত্ৰণ ব্যৱস্থা আৰু সাংবিধানিক আইন (সংবিধান সংশোধনৰ সৈতে);(খ) সংসদী ব্যৱস্থাৰে আইন প্ৰণয়ন কৰি স্ব-শাসন ব্যৱস্থাৰ আইন;(গ) জনজাতীয় […]


