

জিপ্চী হৈছে এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰা লোকৰ এটা দলৰ সদস্য, তেওঁলোক সাধাৰণতে কাৰাভানত এটা ঠাইৰ পৰা আন এটা ঠাইলৈ সলনি কৰি থাকে ৷ ‘জিপ্চী’ শব্দটো যাযাবৰসকলকে বুজাবলৈ ব্যৱহাৰ কৰা হয়৷ যাযাবৰসকলৰ কোনো স্থায়ী ঘৰ নাই, তেওঁলোকে গাওঁ, চহৰ নিৰন্তৰ চলাচল কৰি থকা এটা জাতি৷ যিয়েই নহওঁক, তেওঁলোক সকলোৱে দৰাচলতে এক থলুৱা ভাৰতীয় জাতিগোষ্ঠী, […]

