

বিশ্বকৰ্মা স্থাপত্যবিদ্যা আৰু শিল্পৰ হিন্দু দেৱতা৷ ঋকবেদৰ মতে তেওঁ তেওঁৰ সৃজনশীল শক্তিৰ বলত গোটেই বিশ্বক ধৰি ৰাখিছে৷ তেওঁক দৈৱিক স্থাপত্যবিদ, অভিযন্তা আৰু বিশ্বৰ সৃষ্টিকৰ্তা হিচাপে গণ্য কৰা হয়৷ লোকবিশ্বাস অনুসৰি , এই দেৱশিল্পীয়ে নিৰ্মাণ কৰিছিল ইন্দ্ৰপুৰী, স্বৰ্গলোক, যমপুৰী আদি দৃষ্টিনন্দন ৰম্যপীঠ৷ বিশ্বকৰ্মাই দেৱতাসকলৰ সকলো ৰথ আৰু অস্ত্ৰ-শস্ত্ৰ তৈয়াৰ কৰিছিল যাৰ ভিতৰত আছে ইন্দ্ৰ দেৱতাৰ বজ্ৰ৷ বিশ্বখনিকৰৰ […]

