

কোনে কয় অসমীয়া মানুহে অধ্যয়ন আৰু চিন্তা কৰিবলৈ বাদ দিছে বুলি? বাতৰি কাকত আৰু আলোচনীৰ প্ৰচলন কম হোৱা বাবেই অনুভৱ হয় নেকি আমাৰ মানুহৰ অধ্যয়ন স্পৃহা আৰু চিন্তা কৰাৰ শক্তি কমি অহা বুলি…/ কিন্তু ফেচবুক অহাৰে পৰা মানুহৰ চিন্তা আৰু বিষয়ভিত্তিক চৰ্চা কৰাৰ উদ্দেশ্যে দিয়া দৌৰ দেখিলে আপুনি আচৰিত হৈ নুঠে নে? যিদৰে মাখিয়ে গুৰ […]

