Current Topic

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিজ্ঞান-প্ৰযুক্তিবিদ্যা আৰু প্ৰকৃতিৰ সংঘাত (ৰুণু তামুলী বৰা)

বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো উপাদান ইটো-সিটোৰ পৰিপূৰক৷ মহাশূন্যৰ গাতে ওপঙি ৰৈছে সৌৰজগত৷ নক্ষত্ৰ, গ্ৰহ, উপগ্ৰহ আদিয়েও বিচৰণ কৰি আছে মহাকাশৰ বুকুত৷ সময়মতে সূৰ্য উদয় হৈছে আৰু অস্ত গৈছে৷ ৰাতিৰ আকাশত তৰাই বুটা বাচিছে৷ কিন্তু এই মহাজগতত বাস কৰা আমিবোৰ ইজনে-সিজনৰ পৰিপূৰক হ’ব পৰা নাই বা চেষ্টা কৰা নাই৷ বিজ্ঞান-প্ৰযুক্তিত নৱ নৱ আৱিষ্কাৰে মানৱ সমাজত চমক সৃষ্টি কৰাৰ […]

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিজ্ঞান-প্ৰযুক্তিবিদ্যা আৰু প্ৰকৃতিৰ সংঘাত       (ৰুণু তামুলী বৰা)
FacebookFacebookfb-share-iconYouTubeInstagram