
বুদ্ধ পূৰ্ণিমা (মধুমিতা বৰা)
বছৰৰ বাৰটা পূৰ্ণিমাৰ ভিতৰত বুদ্ধ পূৰ্ণিমাটো এটা মহত্বপূৰ্ণ পূৰ্ণিমা৷ বুদ্ধ পূৰ্ণিমাক ‘বুদ্ধ জয়ন্তী’ বুলিও কোৱা হয়৷ বৌদ্ধ পৰম্পৰা অনুসৰি নেপালৰ তেৰাই অঞ্চলৰ লুম্বিনীত ৫৬৬ খ্ৰীষ্টপূৰ্বত ব’হাগী পূৰ্ণিমাৰ দিনা বুদ্ধদেৱে জন্ম লাভ কৰে৷ যুৱৰাজ সিদ্ধাৰ্থ গৌতমে পৰৱৰ্তী কালত নিৰ্বান লাভ কৰি গৌতম বুদ্ধৰূপে জনাজাত হয়৷ বুদ্ধদেৱে জন্মগ্ৰহণ কৰা আৰু নশ্বৰ দেহ ত্যাগ কৰা দিনটোকে পালন কৰা […]
