


এটা জাতিৰ সংস্কৃতি সমৃদ্ধ হয় তেতিয়া, যেতিয়া পৰম্পৰা ৰক্ষাৰ তাগিদাত সংস্কৃতি চৰ্চা নহৈ ইয়াৰ গতিক সঠিক পথেৰে আৰু ক্ষীপ্ৰতাৰে লৈ যোৱাৰ নিৰন্তৰ সাধনা অব্যাহত থাকে৷ এনে উচ্চ মানৰ সংস্কৃতিৰ সাধনাই এখন দেশক বা এটা জাতিক দিয়ে সুশৃংখল সমাজ ব্যৱস্থা, পবিত্ৰ জাতীয়তাবোধ, প্ৰগতিশীল মন আৰু কৰ্তব্যবোধ৷ কিন্তু বিশ্লেষাত্মক দৃষ্টিভংগীৰে নিৰীক্ষণ কৰিলে দেখা যায় যে পৰম্পৰাৰ ধাৰা […]


