Current Topic

মৌলবাদ (ড॰ চিত্তৰঞ্জন বৰুৱা)

মৌলবাদ এটা অতি চৰিত শব্দ৷ প্ৰকৃতাৰ্থত ইয়াক শব্দ বুলিলে অতি সীমিত পৰিসৰৰ কথা বুজাব৷ সেয়ে মৌলবাদক আমি এটা শব্দৰ সৈতে তুলনা নকৰি বিষয় হিচাপে আলোচনা কৰাৰ প্ৰয়োজন৷ মৌলবাদ ইংৰাজীত ‘Fundamentalism’ বুলি জনা যায়৷ অতি সহজ আৰু সাধাৰণভাৱে মৌলবাদৰ আমি ‘প্ৰাচীন ধম¹য় বা আধ্যাত্মিক ধম¹য় শাস্ত্ৰবিধিৰ প্ৰতি অগাধ বিশ্বাস আৰু আপোচহীন ধমীৰ্য় নীতি বা ৰীতি-নীতি পালনক […]

মৌলবাদ   (ড॰ চিত্তৰঞ্জন বৰুৱা)
FacebookFacebookfb-share-iconYouTubeInstagram