Current Topic

শিশুৰ আত্মবিশ্বাস কেনেদৰে বঢ়াব পাৰি (ৰিজু বৰা)

মই এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী৷ আমাৰ শিশুসকল বিভিন্ন learning level ১ হয়৷ বহুতে বিদ্যালয়লৈ আহিব যে লাগে তাকো অনুধাৱন কৰিব নোৱাৰে৷ তাৰ বাবে আমাৰ প্ৰথম পদক্ষেপ হয় বিদ্যালয়মুখী কৰি গঢ়ি তোলা৷ এনেও বিদ্যালয় বা শিক্ষক বুলিলে সকলো শিশুৰে এক ফ’বিয়া থাকেই, তাতে মই গণিত পঢ়াও৷ মোক বহুতে ভূত চুত কিবা টাইপৰ বুলিয়েই ভাবে৷ ষষ্ঠ শ্ৰেণীলৈ […]

শিশুৰ আত্মবিশ্বাস কেনেদৰে বঢ়াব পাৰি (ৰিজু বৰা)
FacebookFacebookfb-share-iconYouTubeInstagram