

প্ৰকৃতিৰ চিৰন্তন নিয়মানুসৰি সময়ৰ গতিৰ লগে লগে ঋতুৰো পৰিবৰ্তন হয়৷ বিভিন্ন সময়ত বিভিন্ন ঋতুৱে নৱ নৱ ৰূপেৰে আমাৰ প্ৰাণত ঝংকাৰ তোলে৷ শৰত আৰু হেমন্তই বিদায় লোৱাৰ পিছতে ধৰাৰ বুকুলৈ আহে শীতকাল৷ এই শীতকালৰ এক সুকীয়া বৈশিষ্ট্য আছে৷ শীতকালৰ ৰূপ মনোমুগ্ধকৰ৷ শীতৰ ভাঁজে ভাঁজে নিহিত আছে এক মায়াসনা অনুভূতি৷ কুঁৱলীসনা পুৱা-গধূলি গা কপোঁৱা হিম-শীতল বতাহ ছাটি, […]

