Current Topic

সত্ৰীয়া নৃত্য আৰু কিছু অনুভৱ (ৰঞ্জুমণি মহন্ত)

পোন্ধৰশ-ষোল্লশ শতিকাত দেশজুৰি চলা ভক্তি আন্দোলনৰ ঢৌৱে অসমকো চুই গৈছিল আৰু তাৰেই ফলশ্ৰুতিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰিছিল ‘‘এক শৰণ নাম ধৰ্ম’’৷ তেৰাৰ প্ৰৱৰ্তিত ধৰ্মৰ চৰ্চা, প্ৰচাৰ আৰু প্ৰসাৰৰ নিমিত্তে গুৰুজনা আৰু তেৰাৰ অনুগামীসকলে প্ৰতিষ্ঠা কৰিছিল সত্ৰসমূহ৷ধৰ্ম প্ৰচাৰৰ বাবে নৃত্য, গীত, নাট আদিক প্ৰভাৱশালী মাধ্যম হিচাবে গণ্য কৰি গুৰুজনা আৰু তেখেতৰ প্ৰপন্ন শিষ্য শ্ৰীশ্ৰী মাধৱদেৱে […]

সত্ৰীয়া নৃত্য আৰু কিছু অনুভৱ (ৰঞ্জুমণি মহন্ত)
FacebookFacebookfb-share-iconYouTubeInstagram