
সন্তানৰ সামগ্ৰিক বিকাশত অভিভাৱকৰ ভূমিকা (সাৰদা হাজৰিকা)
সন্তান মানৱৰ যুগ্ম জীৱনৰ শ্ৰেষ্ঠ আশীৰ্বাদ৷ বৈবাহিক জীৱনৰ উজ্জ্বল স্বাক্ষৰ আৰু পাৰ্থিৱ জীৱনৰ সফলতম প্ৰতিশ্ৰুতি৷ সন্তানে এটা বংশক বিস্তাৰিত কৰি লৈ যায়৷ সন্তানৰ স্যেষ্ঠৱ, সমৃদ্ধি, কল্যাণ আৰু নিৰাপত্তাৰ ওপৰতে বংশ তথা জাতিৰ সমৃদ্ধি, কল্যাণ আৰু নিৰাপত্তা ঘাইকৈ নিৰ্ভৰ কৰে৷ অভিভাৱকজন হ’ল সন্তান এটিক সমাজত মানুহ হিচাপে গঢ়ি তোলাৰ উচিত দিশটোৰ একো একোজন পথ প্ৰদৰ্শক৷ সেয়েহে […]
