

সৰুতে সুখৰ বিষয়ে পঢ়া কবিতা এটাত পাইছিলো এনেকৈ– সুখ নাই সুখ নাই চিৰ ৰুগীয়াৰ অনুমাত্ৰ সুখ নাই কত ধৰুৱা১… ইত্যাদিএই কবিতাটোৰ মূলভাবটো আজিও মনত আছে৷ জন্মৰে পৰা মৃত্যুলৈকে শৈশৱ, কৈশোৰ, যৌৱন, পৌঢ় আৰু বাৰ্দ্ধক্য- এই অৱস্থা কেইটা দেখা যায়৷ জীৱনৰ এই প্ৰত্যেকটো অৱস্থাৰে নিজৰ চৰিত্ৰ, সৌন্দৰ্য আৰু মাদকতা আছে৷ প্ৰতিগৰাকী মানুহেই সুখী হ’ব বিচাৰে৷ সুখী […]

