Current Topic

ৰাষ্ট˜ নিৰ্মাণ (ড॰ চিত্তৰঞ্জন বৰুৱা)

ৰাষ্ট˜ নিৰ্মাণ এক সাংবিধানিক প্ৰক্ৰিয়া৷ যি প্ৰক্ৰিয়া বিভিন্ন আইনী বিধি বিধান আৰু নীতিৰ দ্বাৰা প্ৰতিপালিত৷ ৰাষ্ট˜ নিৰ্মাণৰ সৈতে বহুকেইটা চৰকাৰী অনুষ্ঠান, প্ৰতিষ্ঠান জড়িত থকাৰ উমান সাংবিধানিকভাৱেই লিপিৱদ্ধ৷ আমি এই আলোচনাত সাংবিধানিক অংগ কাৰ্যপালিকাৰ প্ৰধান অংশীদাৰ নিৰাপত্তাৰক্ষী তথা আভ্যন্তৰীণ আইন-শৃংখলাৰ সৈতে জড়িত আৰক্ষী বাহিনীৰ ভূমিকাক প্ৰাধান্য দিয়াৰ প্ৰয়াস কৰা হৈছে৷ ৰাষ্ট˜ নিৰ্মাণ প্ৰক্ৰিয়া আজি দ্ৰুতভাৱে হোৱা […]

ৰাষ্ট˜ নিৰ্মাণ  (ড॰ চিত্তৰঞ্জন বৰুৱা)
FacebookFacebookfb-share-iconYouTubeInstagram