
Puberty / কন্যাকাল (ৰিজু বৰা)
এজনী কণমানি ছোৱালী, পখিলা খেদি সমনীয়াৰ লগত দৌৰি ফুৰাৰ বয়স, মনৰ উলাহত শালিকী জনীৰ দৰেই দেও দি ফুৰা বয়সত সংগোপনেই প্ৰকৃতিয়ে আহি তাইক এক নতুন দি যায়৷ লগৰ ছোৱালী কেইজনীৰ দৰেই তায়ো ডাঙৰ হ’ল৷ তোলনি হ’ল তাই৷ শৰীৰত দেখা অস্বাভাৱিক পৰিৱৰ্তনে তাইৰ কোমল মনটো জোকাৰি যায়৷ এক ঘিণ ভাব, কি যে সেই কাহানিও নোহোৱা ৰজোস্ৰাৱৰ […]
