

শিশুৰ দ্বাৰা সংঘটিত বিগত চাৰিটা দশকৰ নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ কেছ ডায়েৰীৰ সমীক্ষা যদি কৰা হয় তেন্তে দেখা যাব যে অলপতে নগাঁৱত সংঘটিত পৰ্ণফিল্ম চাবলৈ অমান্তি হোৱা বাবে এগৰাকী ছবছৰীয়া শিশুক সপ্তম-অষ্টম শ্ৰেণীত পঢ়া দুটা ল’ৰাই মৰিয়াই মাৰি পেলোৱা হৃদয় বিদাৰক ঘটনাটোৱে ছাগৈ শিশুৰ দ্বাৰা সংঘটিত ভয়ংকৰ অপৰাধ প্ৰণৱতাৰ চৰম সীমা চেৰাই গৈছে৷ ঠিক তেনেদৰে […]

