Current Topic

আমেৰিকাৰ ডায়েৰী (১৬) – গীতাঞ্জলি বৰুৱা

বন্ধু মানুহৰ জীৱনৰ অপৰিহাৰ্য অংগ আৰু বন্ধুৰ লগত কটোৱা সময়খিনি অতুলনীয়৷ আজি মই মাৰ্চ মাহৰ এটি সুন্দৰ দিনৰ কথা ক’বলৈ ওলাইছোঁ৷ বেলিটোৱে লুকাভাকু থেলি আছিল৷ ঠাণ্ডা একেবাৰে যোৱা নাছিল যদিও আমি বন্ধুবৰ্গই একেলগে দেওবাৰৰ দিনটো হাঁহি-ধেমালিৰে পাৰ কৰাৰ সিদ্ধান্ত ল’লো৷কথা মতেই কাম, ঠাণ্ডা যিহেতু আছিলেই, সেইবাবে বেলিটোলৈ অপেক্ষা কৰি ওলাই যাওঁতে অলপ পলম হ’ল৷ স্বামী […]

আমেৰিকাৰ ডায়েৰী (১৬) – গীতাঞ্জলি বৰুৱা
FacebookFacebookfb-share-iconYouTubeInstagram