Current Topic

ইছলাধৰ্মীৰ পবিত্ৰ উৎসৱ ঈদ (স্বপ্না বৰঠাকুৰ)

ইছলামধৰ্মী লোকসকলে পালন কৰা এক পবিত্ৰ ধৰ্মীয় উৎসৱ হৈছে- ঈদ৷ ‘ঈদ’ শব্দৰ অৰ্থই হ’ল আনন্দ৷ এই ঈদ উৎসৱ বছৰেকত দুবাৰকৈ পালন কৰা হয়; সেইয়া হৈছে ঈদ-উল-ফিতৰ আৰু ঈদ-উল-আজহা বা ঈদোজ্জোহা৷ঈদুলফিতৰ ঃ পবিত্ৰ ৰমজান মাহত পালন কৰা হয় এই উৎসৱ৷ ৰমজান মাহ আৰম্ভ হোৱাৰ পৰা সমাপ্ত হোৱালৈকে (অৰ্থাৎ ন-জোন ওলোৱাৰ পৰা পাছৰ অমাৱস্যালৈকে) ধৰ্মপ্ৰাণ ইছলামধৰ্মী লোকসকলে […]

ইছলাধৰ্মীৰ পবিত্ৰ উৎসৱ ঈদ  (স্বপ্না বৰঠাকুৰ)
FacebookFacebookfb-share-iconYouTubeInstagram