Current Topic

চলিহা বাৰেঘৰ সত্ৰৰ হালধী পানী লোৱা উৎসৱ (ইন্দু ভূষণ মহন্ত)

সত্ৰ পৰিচয় ঃ (ৰ) মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ দ্বাৰা প্ৰচাৰিত নৱ-বৈষ্ণৱ ধৰ্মৰ অন্তৰ্গত সত্ৰখন হৈছে শ্ৰীশ্ৰী চলিহা বাৰেঘৰ সত্ৰ৷ মহাপুৰুষ জনাৰ মহাপ্ৰস্থানৰ সময়ত তেখেতৰ ধৰ্মভাৰ (উত্তৰাধিকাৰী) একান্ত ভকত মাধৱদেৱক (২) দি থৈ যায়৷ মহাপুৰুষ মাধৱদেৱে তেখেতৰ অন্তিম সময়ত তেখেতৰ শিষ্য (ভকত) সকলেৰে আলোচনা কৰি (জ্যেষ্ঠ ভকত বুঢ়া শ্ৰীৰামৰ পৰামৰ্শ মতে) ভৱানীপুৰৰ কালঝাৰ সত্ৰৰ (৩) গোপালদেৱক ধৰ্মাধিকাৰ […]

চলিহা বাৰেঘৰ সত্ৰৰ হালধী পানী লোৱা উৎসৱ  (ইন্দু ভূষণ মহন্ত)
FacebookFacebookfb-share-iconYouTubeInstagram