
জ্যোতিৰ জ্যোতি (স্বপ্না বৰঠাকুৰ)
শিল্পী দিৱসৰ শ্ৰদ্ধাৰ্ঘ, জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে আৰু ধনী-দুখীয়া, শিক্ষিত-অনাখৰীৰ প্ৰাচীৰ ভাঙি সকলো সমন্বিতে জনমুখী স্বাৰ্থত আত্মত্যাগী মানসিকতাৰে জ্যোতিৰ জেউতিৰে পৃথিৱীখনকে আলোকময় কৰা এইগৰাকীয়েই মহান শিল্পী, জনতাৰ কবি, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা… প্ৰজ্ঞাৰ দুৱাৰখন খুলি দিয়াগণ চেতনাৰ বতাহ বলিছেএমুঠি কলুষতা আঁতৰাই দিয়াইয়াত এতিয়া নতুনৰ উন্মেষ ঘটিছেশতিকাৰ দাবানল জ্বলি আছেদেশৰ ভিতৰে বাহিৰেদেশৰ ভিতৰে বাহিৰেইদহি দহি ৰৈ […]
