

শেৱালি তই মোক ভালপাৱ?অ’ কোঁৱৰ৷কিয় ভালপোৱা?‘‘এনেয়ে’’৷ (কাৰেঙৰ লিগিৰী)ভালপোৱাৰ এটা বিশ্বজনীন ৰূপ আছে৷ সকলো বস্তুগত, ক্ষমতাগত বিষয়ৰ উৰ্দ্ধত এই ভালপোৱা৷ আন্ধাৰৰ পিছত যিদৰে পোহৰ অৱধাৰিত, সেইদৰে দুষ্কৃতিৰ পিছত সংস্কৃতিও অৱধাৰিত৷ সকলো ঘৃণাৰ শেষতো সেইদৰে জয় হয় প্ৰেমৰ৷ সেয়াই বাস্তৱ৷ কোনেও এই সত্যটো ঢাকি ৰাখিব নোৱাৰে৷ প্ৰত্যেক মানুহৰ অন্তৰৰ নিভৃত কোণত সোমাই থাকে এটি প্ৰেমময় সাংস্কৃতিক শৈল্পিক […]

