Current Topic

জৰ্দা পোলাও বা মিঠা পোলাও (জেৰিন হাজৰিকা)

সামগ্ৰী ঃচাউল একাপচেনী আধা কাপশুকান নাৰিকল এফালঅলপ মান ড্ৰাই ম্ফ্ৰুটছঘি তিনি চাহ চামুচখোৱা ৰং অকণমানপ্ৰথমে চাউলখিনি সিজাই ল’ব৷ কেৰাহীত গৰম কৰি তাত ঘি, নাৰিকল সৰুকৈ কুটি লৈ, আৰু ড্ৰাই ম্ফ্ৰুটছখিনি দি অলপ ভাজিব৷ এইবাৰ সিজাই লোৱা চাউলখিনি দি তাত চেনী দিব৷ প্ৰায় ১০ মিনিট মান কম জুইত ৰাখিব৷ তাৰ পাছত পৰিৱেশন কৰিব৷সজাবৰ বাবে চেৰী আৰু […]

জৰ্দা পোলাও বা মিঠা পোলাও  (জেৰিন হাজৰিকা)
FacebookFacebookfb-share-iconYouTubeInstagram