Current Topic

ধাৰাবাহিক উপন্যাস – দেৱদাসী (৩)

(নৱেম্বৰ সংখ্যাৰ পাছৰ পৰা)প্ৰথমতে দেৱদাসীসকলে শিৱ মন্দিৰৰ বিগ্ৰহৰ সন্মুখত নিতৌ দুবাৰকৈ নৃত্য পৰিৱেশন কৰিব লাগে৷ ৰাতিপুৱা বন্দনাৰ সময়ত আৰু সন্ধিয়া আৰতিৰ সময়ত৷ মন্দিৰাইও অভিশপ্ত দেহেৰে শিৱ বিগ্ৰহৰ ওচৰত দেৱদাসীৰূপে নৃত্য পৰিৱেশন কৰি থাকিল৷ সৰগৰ অপ্সৰা নৃত্যপটিয়সী উৰ্বশীৰ নিচিনাকৈ নৃত্যৰ ছন্দেৰে শিৱ অৰ্চনা কৰি ইষ্ট দেৱতাক প্ৰসন্ন কৰি আশীধন্যা হ’ব বুলিয়েই মন্দিৰাই ভাবিছিল৷ কিন্তু মন্দিৰায়ো ভবামতে […]

ধাৰাবাহিক উপন্যাস  –  দেৱদাসী (৩)
FacebookFacebookfb-share-iconYouTubeInstagram