

মানুহ স্বাভাৱিকতেই ভ্ৰমণপ্ৰিয়৷ নতুন ঠাই দেখা, নতুন ঠাই চোৱা, নতুন মানুহৰ লগত কথা পতা, নতুন খাদ্য খোৱা… এই অভ্যাসবোৰ আমাৰ নাথাকিলে জীৱনবোৰ একঘেয়ামী হৈ যায়৷ ভ্ৰমণৰ উদ্দেশ্য অৱশ্যে ব্যক্তিবিশেষে বেলেগ৷ মই আৰম্ভ কৰিবলৈ লোৱা মোৰ এই ভ্ৰমণটোৰ উদ্দেশ্য আছিল সম্পূৰ্ণ মানসিক পৰিপৃপ্তি আৰু ভ্ৰমণৰ হেঁপাহতে কৰা এক ভ্ৰমণ৷ ৰুটিন মাফিক জীৱন এটাৰ পৰা কিছুদিন আঁতৰি […]

