Current Topic

নিচুকনি গীত আৰু ওমলা গীত শিশুৰ মনস্তত্ত্বৰ বৰ্হিপ্ৰকাশ (স্বপ্না গোস্বামী)

নিচুকনি গীত অথবা ধাইনাম আৰু ওমলা গীতসমূহ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ মৌখিকভাৱে প্ৰচলিত লোক-সাহিত্যৰ এক আপুৰুগীয়া সম্পদ৷ ধৰ্ম-বৰ্ণ নিৰ্বিশেষে এই গীতসমূহ সকলোৰে সমানে আদৰৰ৷ ছন্দোবদ্ধ, লয়যুক্ত এই গীতসমূহ হৈছে শিশু ওমলাওঁতে গোৱা গীত৷ তালৰ ছেৱে ছেৱে গোৱা এই গীতসমূহত পৰোক্ষভাৱে সমাজ জীৱনৰ চিত্ৰ অংকিত হোৱা পৰিলক্ষিত হয়৷ জীৱ-জন্তু, চৰাই-চিৰিকতি, জোন-বেলি-তৰা, লৌকিক-অলৌকিক ক্ৰিয়া-কাণ্ড ইত্যাদি […]

নিচুকনি গীত আৰু ওমলা গীত শিশুৰ মনস্তত্ত্বৰ বৰ্হিপ্ৰকাশ  (স্বপ্না গোস্বামী)
FacebookFacebookfb-share-iconYouTubeInstagram