

উপকৰণ ঃআটা (এককাপ), পনীৰ (সৰু পিচ কৰি কাটি লোৱা এবাতি), পাউদাৰ (ডেৰ চামুচ)লিকুইড গাখীৰ (এককাপ)৷প্ৰণালীঃপ্ৰথমে পনীৰ খিনিত পাঁচ চামুচ গাখীৰ মিক্স কৰি মিক্সিত পেষ্ট বনাই ল’ব৷ তাৰ পাছত এটা বহল পাত্ৰ লৈ তাত আটা, পাউডাৰ গাখীৰ, চেনী, পেষ্ট বনাই লোৱা পনীৰ এই সকলোখিনি ভালদৰে মিক্স কৰি লৈ তাত বাকী থকা লিকুইড গাখীৰখিনি অলপ অলপকৈ মিক্স […]

