

১৪ ফেব্ৰুৱাৰী, ভেলেণ্টাইন ডে’, প্ৰেমাস্পদসকলৰ বাবে এক বিশেষ দিনস্বৰূপ৷ প্ৰেমৰ পৃথিৱীত বিচৰণ কৰাৰ এক বিশেষ দিন প্ৰেমিক-প্ৰেমিকাসকলৰ৷ কিয়নো প্ৰেমৰ বাবে এইটো বিশেষ দিন৷ নতুন বৰ্ষৰ দ্বিতীয়টো মাহত অৰ্থাৎ ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে’ উদ্যাপন কৰে প্ৰেমিক যুগলসকলে বিশ্বজুৰি৷ কোনে ক’ত লগ পাব কাক, কি উপহাৰ দিব? ইত্যাদি বিভিন্ন প্ৰশ্নৰ সংঘাত চলে সেই শুভ ক্ষণৰ প্ৰাক মুহূৰ্তত৷ […]

