


২০২০ চনৰ দৰেই ২০২১ চনটোত বছৰটোৰ প্ৰায় মাজভাগলৈ গোটেই বিশ্বৰ বাবে শাপিত সময়ত পৰিণত হৈছে মহামাৰী কৰোনাৰ ফলত প্ৰায় সকলো দেশতেই লকডাউন চলা বাবে৷ অসমো ইয়াৰ ব্যতিক্ৰম নহয়৷ লকডাউনৰ সময়ছোৱাত অসমীয়া কিতাপৰ অনলাইন বিক্ৰী, হোম ডেলিভাৰী আদি ব্যৱস্থাৰ আৰম্ভণি হৈছিল আৰু বিক্ৰীও আশাপ্ৰদ হোৱা বুলি শুনা গৈছিল৷ কিন্তু লকডাউনৰ সামৰণিৰ পিছত সেই বিক্ৰীৰ পৰিমাণ স্বাভাৱিকতেই […]


