Current Topic

বিহু সন্মিলন আৰু প্ৰতিযোগিতাৰ প্ৰাসঙ্গিকতা (দেবেন চন্দ্ৰ বৰা)

‘‘বিহুটি নামেৰে          তিনিটি আখৰেকোনে লিখি গ’ল শিলত,ঘূণেও নধৰে            মামৰেও নধৰেআছে অসমীয়াৰ প্ৰাণত৷’’ সঁচাকৈয়ে বিহু অসমীয়াৰ প্ৰাণ, অসমীয়াৰ স্বাভিমান৷ বিহু অসমৰ জাতীয় উৎসৱ, যাৰ লগত জাতীয় জীৱনৰ সকলো আশা আকাংক্ষা, ৰং-আনন্দ, আবেগ-অনুভূতি ওতঃপ্ৰোতভাৱে জড়িত৷ বিহুক বাদ দি অসমীয়া জাতিৰ কৃষ্টি-সংস্কৃতি, সভ্যতা আৰু সাহিত্যৰ পথাৰখন উৰুঙা হৈ ৰ’ব৷ বিভিন্ন জাতি-জনজাতি, কৃষ্টি-সংস্কৃতিৰ সংমিশ্ৰণত গঢ়ি উঠা অসমীয়া সংস্কৃতি এখন […]

বিহু সন্মিলন আৰু প্ৰতিযোগিতাৰ প্ৰাসঙ্গিকতা  (দেবেন চন্দ্ৰ বৰা)
FacebookFacebookfb-share-iconYouTubeInstagram