Current Topic

বিহুত ব্যৱহৃত বাদ্যযন্ত্ৰ (স্বপ্না বৰঠাকুৰ)

অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ হ’ল বিহু৷ স্বকীয় বৈশিষ্ট্যৰে উজনি-নামনিৰ সমন্বয়ৰ এনাজৰী সুদৃঢ় কৰা বিহু হ’ল অসমীয়া জনজীৱনৰ হিয়াৰ আঁমঠু৷ বাপতি সাহোন৷মুকলি আকাশৰ তলত নদীৰ তীৰত আত্মপ্ৰকাশ ঘটা, সামন্তীয় যুগত স্বৰ্গদেউ, ডা-ডাঙৰীয়াৰ চোতালত প্ৰৱেশ কৰা, পৰৱতীৰ্ পৰ্যায়ত মানুহৰ চোতালে চোতালে পৰিদৰ্শন কৰা বিহু সম্প্ৰতি চহৰ-নগৰৰ মঞ্চত প্ৰৱেশ ঘটিছে৷ বিহুগীতৰ বুকুত সংৰক্ষিত হৈ আছে অসমৰ সামাজিক […]

FacebookFacebookfb-share-iconYouTubeInstagram